আমৰ’লীয়া হাঁহ

{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/সাঁচ:Taxonomy/Anas|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}...

ফিৰডৌছি কাদ্ৰি

ফিৰডৌছি কাদ্ৰি (ইংৰাজী: Firdausi Qadri, জন্ম: ৩১ মাৰ্চ, ১৯৫১) হৈছে এগৰাকী বাংলাদেশী বিজ্ঞানী। তেখেত মূলতঃ ৰোগ প্ৰতিৰোধ বিজ্ঞান আৰু সংক্ৰামক ৰোগৰ গৱেষণাৰ লগত জড়িত। কলেৰা...

সূত্ৰপাত

সূত্ৰপাত (ইংৰাজী: Sutrapat) ১৯৮৭ত মুক্তি পোৱা, আই.পি. প্ৰডাকচন্সৰ বেনাৰত নিৰ্মিত আৰু মৃদুল গুপ্তা পৰিচালিত এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ। ছবিখনত বিদেশী বহিষ্কাৰ আন্দোলনৰ ৰ পৰিবেশ চিত্ৰিত...

বোম্বাইলা দেৱী লাইশ্ৰাম

বোম্বাইলা দেৱী লাইশ্ৰাম (ইংৰাজী: Bombayla Devi Laishram; জন্ম: ২২ ফেব্ৰুৱাৰী ১৯৮৫)[1] এগৰাকী খ্যাতনামা ভাৰতীয় মহিলা আৰ্চাৰী খেলুৱৈ। তেওঁ ২০০৭ চনৰ পৰা বিভিন্ন আন্তঃজাৰ্তিক প্ৰতিযোগিতাত ভাৰতক...

ৰুক্মিণী

ৰুক্মিণী বিদৰ্ভ বা কুণ্ডিলৰ ৰজা ভীষ্মকৰ জীয়ৰী আৰু দ্বাৰকাৰ ৰজা ভগৱান শ্ৰীকৃষ্ণৰ প্ৰধান পত্নী আছিল। কৃষ্ণৰ খ্যাতিৰ কথা শুনি ৰুক্মিণীয়ে তেওঁক মনে-প্ৰানে ভাল পাইছিল। ককায়েক...

ৰাফেল নাডাল

ৰাফেল "ৰাফা" নাডাল পাৰেৰা (স্পেনিছ: [rafaˈel naˈðal paˈɾeɾa]; [5] জন্ম: ৩ জুন ১৯৮৬) হৈছে এগৰাকী স্পেনিছ বৃত্তিগত টেনিছ খেলুৱৈ। এচ'ছিয়েচন এফ টেনিছ প্ৰফেশ্ব্যনেলছ বা চমুকৈ এটিপিৰ...

অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল

অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা ২০২০ চনলৈ মুঠ ৫৭ গৰাকী সাহিতিকে লাভ কৰিছে।[1] এই বঁটা প্ৰদান কৰে ১৯৫৪ চনত ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা ভাৰতীয়...

মানবেন্দ্ৰ নাথ ৰয়

মানবেন্দ্ৰ নাথ ৰয় (ইংৰাজী: Manabendra Nath Roy) আন্তৰ্জাতিক কমিউনিষ্ট আন্দোলনৰ এগৰাকী অগ্ৰণী নেতা আছিল। বিংশ শতাব্দীৰ কুৰি দশকত সুদূৰ লেটিন আমেৰিকা আৰু চীন আদি দেশত...

দিহানাম

দিহানামঅসমৰ শংকৰী সংগীতৰ অন্তৰ্গত এবিধ বিশেষ সংগীতশৈলী। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত অন্যান্য ঘোষা-কীৰ্তনৰ দৰেই দিহানামসমূহতো ভগৱানৰ গুণ-নাম-মহিমা কীৰ্তন কৰা হয়। দিহানাম শংকৰদেৱৰ পৰৱৰ্তী...