দ’দান থান

অসমৰ গোৱালপাৰা জিলাৰ আগিয়াৰ পৰা ১৮ কিলোমিটাৰ আঁতৰত অৱস্থিত বায়দাত অৱস্থিত এখন থান হ'ল শ্ৰীশ্ৰী ৰিছি আশ্ৰিত দ'দান থান৷ প্ৰতিবছৰে ফাগুনৰ শুক্লা মহাষ্টমীৰ পৰা একাদশীলৈ...

ৰাহু

ৰাহু (Sanskrit: राहु)() ভাৰতীয় জ্যোতিৰ মাৰ্গৰ নৱগ্ৰহ ৰ এজন সদস্য। আন বহুতৰ দৰে, ৰাহু এবিধ ছাঁয়া অৱয়ব। যি গ্ৰহণ সৃষ্টি কৰে আৰু উল্কাৰ ৰজা[1] ৰাহুৱে...

১৯৮০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা

বৰ্ষছবিপৰিচালকসংগীত পৰিচালকমুক্তিৰ তাৰিখটোকা১৯৮০অকণগৌৰী বৰ্মনড॰ ভূপেন হাজৰিকা মইনাজানদেৱ কুমাৰ বসুখগেন মহন্ত১৪ নবেম্বৰউপপথহেমন্ত দত্তমণিষা হাজৰিকাআজলী নবৌনিপ বৰুৱাৰমেন বৰুৱা২২ ফেব্ৰুৱাৰীৰজা হৰিশ্চন্দ্ৰ দ্বিবন বৰুৱাৰমেন বৰুৱামন আৰু মৰমদ্বিবন বৰুৱা দ্বিবন...

ৰত্না দত্ত

ৰত্না দত্ত (১৯৬৩-২০১৯) (ইংৰাজী: Ratna Dutta) অসমৰ এগৰাকী শিক্ষাবিদ, সাহিত্যিক আৰু নাট্যকৰ্মী। তেখেতে টিংখাং মহাবিদ্যালয়তে সর্বপ্রথম প্রবক্তা হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰাৰ পাছত চাবুৱা ডি.ডি.আৰ মহাবিদ্যালয়ত...

হাদিছ

হাদিছ (আৰবী: الحديث) হ'ল মূলত ইছলাম ধৰ্মৰ শেষ বাণীবাহক হজৰতমুহাম্মাদ চাল্লাল্লাহু আলাইহি ওয়াছাল্লামৰ বাণী আৰু জীৱনাচৰণ। হাদিছৰ উপদেশ মুছলিম সকলৰ জীৱনাচৰণ আৰু ব্যৱহাৰ বিধিথ অন্যতম...

গদ্যৰ সাধনা

গদ্যৰ সাধনা(ইংৰাজী: Antohin Prerona) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন গদ্য সংকলন। সংকলনখনত মুঠ ১২ জন ব্যক্তিৰ ১৫ টি গদ্য-ৰচনা সন্নিৱিষ্ট...

এড’বী এক্সডি

এড'বী এক্সডি (এড'বী এক্সপিৰিয়েঞ্চ ডিজাইন বুলিও জনা যায়[1]) হৈছে এড'বী ইন্‌ক'ৰ্পৰেশ্যনদ্বাৰা বিকশিত আৰু প্ৰকাশিত ৱেব এপ্ আৰু ম'বাইল এপৰ বাবে এক ভেক্টৰ-ভিত্তিকব্যৱহাৰকাৰী অভিজ্ঞতা ৰূপাংকণ সঁজুলি।...

ৰাতি বিহু

ৰাতি বিহুমৰাণ জনজাতিৰ ঐতিহাসিক সাংস্কৃতিক পৰিক্ৰমাৰ বাহক স্বৰূপ। ৰাতি বিহুৱেই মৰাণ সংস্কৃতিৰ স্বকীয় বৈশিষ্ট্য আৰু ঐতিহ্য অসমৰ জনমানসত দাঙি ধৰিছে আৰু জাতীয় পৰিচয় প্ৰতিফলিত কৰিছে।...

তুলসী বিবাহ

তুলসী বিবাহ (ইংৰাজী: Tulsi Vivah) হৈছে হিন্দুসকলৰ এক পৰম্পৰাগত উৎসৱ য'ত তুলসী পুলিটোক ঈশ্বৰৰ অংশ বুলি ভবা হয়। এই উৎসৱত তুলসীৰ সৈতে শালেগ্ৰাম বা বিষ্ণু...

অৱক্ষয় (একাউণ্টিং)

হিচাপবিদ্যা বা একাউণ্টেঞ্চিত অৱক্ষয় (ইংৰাজী: Depreciation) বা মূল্যহ্ৰাস হৈছে ব্যৱসায় এটাত ব্যৱহাৰ কৰা সম্পত্তি বা সম্পদ এটাৰ মূল্য হ্ৰাস হোৱা কাৰ্য। অৱক্ষয়ৰ ধাৰণাটোৰ দুটা দিশ...